পৃষ্ঠা:সাধনী.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২। পাতনি।

সাধনীয়ে পােহৰলৈ ওলায়েই গুণগ্রাহী ৰাইজৰপৰা ইমান আদিৰ লাভ কাৰে, ইয়াৰ আৰুৱা প্ৰথম তাঙ্গণ মুঠেই ডেৰবছৰমান হে টিকিলে । অাৰপৰা আজি ভালেমান বছৰ “সাধনী” ছপাৰ-বাজ (out of print) ৈ অাৰ তিৰবিৰাই ৰব লগাত পৰিছে। কিয়নো, এই গ্রন্থকাৰৰ পঢ়াশলীয়া পপথিবোৰৰ (Text-Books) নতুন নতুন তৰণ ঘনাই নাই উজির লগা হোৱাত, তেওঁ তেওঁৰ বাজে-পুধিবােৰৰ নতুন কাৰণ উলিঙ্গা- শৈতকে শেৱা নাই এখােন ; “সাধনী” বাজেপুথি বুলিও, ই অসমৰ প্রথণৰ নৰ্মাল স্কুলৰ তৃতীয় বার্ষিক শ্ৰেণীৰ নিমিত্তে নিৰ্ধাৰিত টেক্সট বুক। সেই হে অনবোৰতকৈ ই এবেগলৈ আগ হব পাৰিছে। দ্বিতীয় তাকাবাহ পুথিৰ নাটকীয়া ঠগত মুঠেই হাত দিয়া নাই, মাশােন সাহিত্যিক গঠন ই লাগতিয়াল সংস্কাৰ সাধিবৰ অৰ্থে ওপৰে ওপৰে এবাৰ হাতফুৰাই দিয়াছে। “সাধনী”য়ে আশাতীত আদৰ পোৱা বাবে গ্ৰন্থকাৰে এই হেগতে ৰাইজলৈ এখনি শলাগৰ শৰাগ বছছে। oি. । ক্টেপুৰ, অসম। বহাগ ১৮১ শৰু। গ্রন্থকাৰ। ।