পৃষ্ঠা:সাধনী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ সাধনী। ৰাজসাজ পৰিহৰি, ভাবুকৰ বেশে; নতুবা তুন্তে শালির্লোহেঁতেন তাক এপাট শৰেৰে। | (মৌন } পৰিছে মনত আৰু, দৈববাণী সিদিনাৰ, দৈবজ্ঞ গণনা হব লাগে সম্পাদন অপূৰব ভাৱে সাধনীৰ সম্বৰ পৰা হব পাৰে এয়ে তাৰ আগন্তুক চিন্। ভাল কথা, এয়ে তেন্তে হােক পণ,-“এপাট শৰেৰে শালিব পাৰিব যেয়ে এই খটকী, সাধনীৰ পাণি-লাভ কৰিব সিজনে।” হলো প্রতিশ্রুত ; হল এয়ে পণ মােৰ। যথাবিধি আয়ােজন হাে ক ৰাজ্য জুৰি, চৌদিশে প্ৰচাৰ হােক সম্বৰ কথা। আদেশে মন্ত্রী গই, পাচেক কটকী দেশ-দেশান্তৰে,-~-স্বর্ণ, ৰত্ন, কাম পীঠ সৌমাৰ সহিতে। ৰাধাক ৰখীয়া দি। প্রস্তাবিত পণ মােৰ,অদ্ভুত প্রাণী ; সম্বৰ আগে হৰপ-ভগন যাতে নঘটে ইয়াৰ। | (যৌন) লাগিছে লাঘৱ এবে দেমন-প্রাণ, অপীৰ চিন্তাৰ পাৰ