পৃষ্ঠা:সাধনী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। -n - - - - - - - • •w --- মনােখ, নিৰ উদ্যোগ 'ৰপুৰ স্থাপনৰ হেতু। নগৰৰ সলনিত পালবংশী কোৱঁৰৰ সমাধিৰ স্থল হল এই ঠাই। বঙ্গপুৰ স্থাপন আয়োজন যত, সলফে পালে , এই মৈদামত। ভদৱধি খ্যাত হল ‘পাল-শৰ-দিয়া-শদিয়াৰ আঁতি-গুৰি- শ্মশানৰ নাম। সেই হতে সুৰক্ষিত মৈদামৰ ভেটি; পিপৰা পৰ্যন্ত তাত নােৱাৰে পশিব। পুৰুষে-পুৰুষে এই পুণ্য-ৰীতি চলি আছে অজ্য। নিয়মে। দেখা নাই কদাপিও প্রাণীৰ সঞ্চাৰ এই মৈদামত । আজি কিয় অকস্মাৎ দেখে। বিপৰীত । কৰপৰা চাপিলেহি অপৰূপ জন্তু ইটো উধত পৰাণ, কৰেহি বিহাৰ আজি মৈদাম বগাই। ভাবুকিত নটলে সি ডাৰিত নজৰে, খেদিলে নাযায় গুচি, নাচে টকী; জাতিকে দাম্ভিক আক, কৰে ভেঙুচালি । আৰু আচৰিত!-সেউজীয়া ক্ষুদ্র কায় তাৰ তিৰবিৰ কৰি কিহে জিলিকাই চমকনি মাৰি ধৰ দুই চকু মােৰ! মাথাকিল ধরু-শৰ লগত এন্ডিয়া। আহিলোঁ নিৰন্তু এৰে জিৰণিৰ হেতু