পৃষ্ঠা:সাধনী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুর্থ গর্ভাঙ্ক। উদ্যান। ( পাল-শৱ দিয়া মৈদাম।) ধৰ্ম্মধ্বজ । ( অকলশৰে ফুৰি ফুৰি) ধৰ্ম্ম ।-এয়ে সেই কীৰ্ত্তিস্থল। ইয়াতে এদিন, ছুটীয়াৰ আদিৰাজ - ৰধ্বজপাল হইছিল বিমােহিত প্ৰকৃতিৰ ৰূপ-শীলা চাই। পাগিছিল ইয়াকেই ৰত্নপুৰ নগৰৰ ভেটি। কিন্তু কি যে বিধিবিড়ম্বনা,-নগৰৰ ভেটি লই উঠিল মৈদাম ! আদিৰাজ ৰধ্বজে প্রিয়পু এটি ৰাখিছিল কমতাপুৰত গই, শিক্ষাৰ উদ্দেশে। অকালত কাল হল সেই কোৱঁৰৰ। কমত। ঈশ্বৰে পচে অতি যতনেৰে পঠিয়ালে সন্তানৰ শৱ পিতৃলই, যুগুত সমাধি হেতু। মর্মাহত হল ৰধ্বজ পুত্ৰৰ শােকও। ভগ্ন হল