পৃষ্ঠা:সাধনী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। মাটিত লুটিয়াই পেলালে। আৰু লৰাধৰা, জাপ-মা, খৰ-গৰা, সতৰা, গছত উঠা, হিলৈ-মৰা, ঘেঁৰািত-উঠা, নাও-মৰা-এইবােৰ আটাইতে সি পাকৈত। তকি আৰু মই একোতে ঋন নেদেখিলে । ই যে আগলৈ এটা মানুহ হব তাত সংশয় নাই। আৰু, ময়ো গুদাশুৰি ভকত নহওঁ, তাৰ অলেখলেখ, বুজিহে চলিছে৷ তেও। যাওঁ, সিহঁত ভালেখিনি পালেগৈ চাগৈ ।। {বেগাবেগিকৈ প্রস্থান।