এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাধনী।
বৰ্ম্ম স্বর্ণ, ৰত্ন, কাম আৰু
সৌমাৰ পীঠত বহুত প্রবন্ধে ঘুৰি
আহিল কটকী; নাপালে সুযোগ্য পা
ৰূপে-গুণে-জ্ঞানে।
—বি কৰে ঈশ্বৰে নাথ,
মানুহৰ ভালৰ কাৰণে ; আমি মার্ক্সে।
বুজে মহিমা!
প।—কি ভাল ভাবিছা হয়?
কত কাল নিঃসন্তান হই পৃথিবীত
যাপিলে জীৱন-দুখীৰে দুখীয়া প্রায়,
অতৃপ্তি অশান্তি খেই সাপত পৰি।
কতনা ভাগাৰ ফলে, কত পূৰা-সেৱা আয়
যাগ-যজ্ঞ গুণে লভিলে সন্তান এটি।
বহু সাধনাৰ ফল সাধনী ৰতন।
পৰি হৃদয় শাত ক্ষণ কললই।
কিন্তু হায়, অচিৰতে চিন্তাৰ বিকাৰ
বাছিব ধৰিলেপু-পাত্র-জনত-
বসে বাঢ়িল যেই চেনেহী সাধনী।
পাচিলে। চৌপাশে চৰ সুপার বিচাৰি,
বহু আশা কৰি নাপাই সুযােগ্য পাত্র
ঘূৰিল কটকী! তাবিছানে ইয়াতেই
ভালৰ কাৰণ ?
লীলা—ভাবিছে। ইয়াকে।
ঈশ্বৰে যি কৰে না, মানুহ কাৰণে,