পৃষ্ঠা:সাধনী.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। আতি থেৰ লাগি হইছে। বৈৰাগী, আছে। প্রাণ ধৰি সংসাৰ নিলগি ; ( এই দুধাৰি চকুলাে, মছিলে নয়, হৃদি-কুণ্ড জৰি বক্স অই। { এই } সংসাৰৰ পৰা | উজাৰি আহা, মুক্তি কোনে অজি দিয়ে অই ? (যৌন) অক্ত হল, সংসাৰৰ বত লীলা-খেলা । অন্তু হল ধন-জন, ৰাজ-সিংহাসন, আৰু যত মায়া-মােহ ভৱ-ভাওনাৰ ! অন্ত হল পিতৃ-মাতৃ, প্রাণ-পতিধন, আত্মীয় কুটুম্ব আৰু যত প্রিজন বৃদ্ধ মন্ত্রী, সেনাপতি, গল ৰাজ্যৰল ; আছে৷ মই দেহ ধৰি, আছে এই 'কুবেৰ প্রদত্ত ধন। হব লয় ইও, পাৰ লয় ইয়াতেই ক্ষন্তেক পলমে। | (সৌন সন্ধিৰ প্ৰস্তাৱ ! কি যে সাংঘাতিক কথা ! যুক্তি সঞ্চাৰ নাই; নাই ধৰ্ম্মজ্ঞান ; প্রলাপ সমূলি মার্থে। বাতুৰ মুখে! অনি হল ৰোমাঞ্চি সৰ্ব্ব কলেৱৰ ।