পৃষ্ঠা:সাধনী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ সাধনা। কার্যসিদ্ধি হল যথাৰতে। যাওঁ এবে, নোগই সাধনীক ধৰি, আৰু সেই কুবেৰপম্পত্তি”। (বেগেৰে প্রস্থান। তৃতীয় গর্ভাঙ্ক। চন্দনগিৰিৰ টিং। সাধনী -- অকলে }। গীত। ললিত যোগিয়া-একতালা। (হয়) ফুল মুফুলিলে, | গুটি নধৰিলে কলিতে লেৰেলি যায় অই ! { হয়। ঢেপা কলিটিয়ে, ফুলো ফুলো ভাবে, আশাতে বিনাশ পায় অই !! এই সংসাৰৰ কেঔ ফুলৰ মােফকে নাপায়, এই সংসাৰত ফুল দিনে আমুৱায় । আকাশে হে মার্থে। ফুল-মােল বুভি, পিন্ধি নিতে শোভা পায় অই।