পৃষ্ঠা:সাধনী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্রথম অঙ্ক।
প্রথম গর্ভাঙ্ক—অন্তঃপুৰ।
( ধৰ্ম্মধ্বজ আৰু লীলাৱতী।)

}ধৰ্ম্ম।—কিনো কম।

 সাধি সাধি সাধনীক পার্সো,
 সাধনীক থবই ঠাই নেদেখিলে।)
শীলা—ঠাই নাই
 থবলই সাধনী পােনাক ।
 কিবা কোৱ। প্রাণনা? বুজে কথাৰ পাক।
ধৰ্ম্ম নাই কতো ঠাই।
 বিচৰালে চউদিশে
 কটকী পঠাই । যােগ্য পাত্র নাই কতাে,
 ৰূপে-গুণে-জ্ঞানে সমনীয়া সাধনী।
 সুশিক্ষিত সুচৰিত্ৰা সাধনী-সমানে
 ৰূপৱ-গুণৱন্ত শুদ্ধ চৰিত্ৰৰ
 নাপাওঁ মপি এটি পুৰুষৰতন,
 পাত্র কত, থওঁ মােৰ একেটি সন্তান!
শীলা চউদিশে!
 কোন্ উদিশে প্রনাথ ?