পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


জীৱিতক শ্রাদ্ধ হ’বই নােৱাৰে, গতিকে মােলােকে যাৰ শ্ৰাদ্ধৰ আয়ােজন কৰিছা, তেওঁ বা তেওঁলােকে নিশ্চয় মৃ হ'ব লাগিব। বৌ-বাৰু, এই আয়ােজনৰ এভাগ যদি জীৱিতৰ নিমিত্তে হয়? উষা—তেতিয়া হ'লে তেওঁ শ্রাদ্ধৰ আগতে জীৱিতৰ লেখৰ পৰা বাদ পৰি মৃতৰ লগ ল'ব লাগিব। | বৌ—মই কাবৌকে মাতিছে উষা, তুমি কি ভাবি এনে কথা কৈছা, মােক ভাঙি কোৱা। | উষা—তুমি যদি মােৰ পৰা কিবা লুকুৱাইছা, তাকে ভাবি এই কথা কৈছো বুলি নিশ্চয় বুজিছা, আৰু যদি সুকুওৱা নাই, তেন্তে মােৰ কথাৰৰ অর্থ নাই। বৌ-ধৰা, মই লুকুৱাইছে। উষা—তেন্তে ময়াে মােৰ কথা কৈছো। তােমালােক ইচ্ছা পূর্ণ হ’ব, শ্রাদ্ধ কৰিবলৈ পাবা। বৌকিয় তেনে কথা কোৱা উষা? উষা—পূবৰ বেলি পশ্চিমে ওলাব পাৰে, কিন্তু মােৰ কথাৰ লৰচৰ নহয়। | বৌ-তুমি কি কৰিব খুজিছা উষা? তুমি চিৰ-কুমাৰী হৈয়েই জীৱন নিয়াবানে? উষাতনাে কাৰ কি হানি ? বৌ কিন্তু উষা, তুমি জানানে তেনে জীৱন কি কঠোৰ ? তুমি আজীৱন তেনেভাবে কটাবা কেনেকৈ? তােমাৰ মহলৰ নিমিত্তে, তােমাৰ সুখৰ নিমিত্তেই দেউতাৰ সদায় চিন্তাকুল। এতিয়া ভাল ঘৰ, ভাল লৰা-ভাল অৱস্থা চাই তােমাৰ সম্বন্ধ স্থিৰ কৰিছে,—তুমি আপত্তি নকৰিবা, উলা । উষা—মই কি আপত্তি কৰিম? তােমালােকে মােৰ শ্ৰাদ্ধ পাজি,