পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৈশ-মিলন

 আব্দুল- আৰু তােমাৰ বস্তু বাহানিবােৰ ।

 ৰম্ভা—সেইবােৰ মােৰ লগত লৈ যাম। তাৰ বাবে কোনেও এক পইচাও ভঙা নাই। তেনেস্থলত সেইবােৰ লৈ যােৱাত কোনে বাধা দিব পাৰে!

 আব্দুল-তেন্তে এতিয়া মই নিশ্চিন্ত হ'ব পাৰোঁ।

 ৰম্ভা-নিশ্চয় পাৰা।

 তাৰ পিচত আৰু কিবা-কিবি আলােচনা কৰি আব্দুল সেই ৰাতি তাতে থাকিল।


-১৫৭-