পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নৈশ-মিলন আলআৰু তােমাৰ বস্তু বাহানিবােৰ । ৰম্ভা—সেইবােৰ মােৰ লগত লৈ যাম। তাৰ বাবে কোনেও এক পইচাও ভঙা নাই। তেনেস্থলত সেইবােৰ লৈ যােৱাত কোনে বাধা দিব পাৰে। আব্দল-তেন্তে এতিয়া মই নিশ্চিন্ত হ'ব পাৰে। ৰম্ভনিশ্চয় পাৰা। তাৰ পিচত আৰু কিবা-কিবি আলােচনা কৰি আব্দল সেই ৰাতি তাতে থাকিল। = ১৫-