নাটক।
১। সতীৰ তেজ (৩য় সংস্কৰণ ) ১॥৹
অসমীয়া ভাষাত ইয়াতকৈ উৎকৃষ্ট নাটক ওলোৱা নাই।
২। পৰাচিত ( সামাজিক ) ১৲
পমুৱা-সমস্যা আৰু ধনী মানুহৰ স্বাৰ্থপৰতাৰ হু-বহু চিত্ৰ— অসমীয়া হিন্দু-মুচলমানৰ মিলাপ্ৰীতিৰ অকৃত্ৰিম আলেখ্য।
৩৷ নগৰৰ বিহুতলী ( ধেমেলীয়া )॥৵৹
আমোদ আৰু শিক্ষাৰ সমন্বয় ইয়াৰ বিশেষত্ব।
৪৷ পোহনীয়া কুকুৰ [ ধেমেলীয়া ] ॥৹
ধেমালিৰ ছলেৰে প্ৰকাশ কৰা আধুনিক ৰাজনীতি আৰু সমাজনীতিৰ স্বৰূপ।
“নগৰৰ বিহুতলী আৰু পোহনীয়া কুকুৰে অসমীয়া ধেমেলীয়া নাটকৰ মাজত বিশিষ্ট আসন লব”। — বিহলঙনি
কীচক-বধ ( ধেমেলীয়া ) ॥৹
মহাভাৰতৰ কীচক বধৰ যোগেদি আধুনিক কীচকসকলৰ ভাগ্য-গণনা।
কাব্য আৰু কবিতা।
১। অসম-সন্ধ্যা — ৩৲
মানৰ দিনৰ ঘটনা লৈ লিখা বাইশ সৰ্গৰ শ্ৰেষ্ঠ কাব্য।
“এই কাব্যৰ পৰা আমাৰ সাহিত্যৰ গাম্ভীৰ্য বাঢ়িব”।
— (স্বাঃ) শ্ৰীকৃষ্ণকান্ত সন্দিকৈ।
[ভাইচ্ চেঞ্চেলাৰ, গুৱাহাটী-বিশ্ববিদ্যালয়।]
২। দীপ্তি ( ২য়-সংস্কৰণ ) ॥৹
“দীপ্তিৰ আলোত আমি নিজে এখোপ ওপৰলৈ উধাইছোঁ বুলি ভাবোঁ”। — ৺লক্ষ্মীনাথ বেজবৰুৱা।