এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বাল্যকালত যিবোৰ চিন্তাই হৃদয়ক কতিত কৰে, যৌৱন, বাৰ্ধক্য, ৰোগ, শোক,—আনকি মৃত্যুৰ সময়তো সেইবোৰ চিন্তা নাথাকে। প্ৰকৃতপক্ষে শৈশৱদশা মৃত্যুতকৈয়ো কষ্টকৰ, সকলোৰে অৱজ্ঞাৰ বস্তু আৰু চাঞ্চল্যময়।
—যোগবাশিষ্ঠ ৰামায়ণ