সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিন্তু বিক্ৰমে কেনেকৈ এই কথা মাক-দেউতাকৰ আগত স্বীকাৰ কৰা যে সি গোটেই বেলাটো বীৰ পিছফালৰ ঘাঁহনি এটা শিয়াল গাত হি ৰ দৰে ঈশ্বৰৰ তপস্যা কৰিছিল। ব্ৰহ্মচৰ্য কিতাপ পঢ়াৰ ফলত বিক্ৰমৰ জীৱনৰ প্ৰথমটো ডাঙৰ সংকট উপস্থিত হল। তাৰ মনত কোনো সন্দেহ নাই যে কিতাপত্ৰ লিখিছে যেতিয়া বাল্যকালত নাৰীচিন্তা নিশ্চয় মহাপাপ। এৰ পঢ়ি যেনেকৈ ধ্ৰুৱৰ নিচিনাকৈ কঠোৰ তপস্যা কৰিবলৈ তাৰ মন গৈছিল। ঠিক তেনেকৈ ‘হ্মচৰ পঢ়িও কিতাপখনষ নিৰ্দেশ আখৰে আখৰে মানি চলি ব্ৰহ্মচৰ্য পালন কৰিবলৈকো তাৰ খুব মন গৈছে। কিন্তু তাকে কৰিবলৈ গলেতো ৰেণুৰ চিন্তা মনৰ পৰা সমূলঞ্চে বাদ দিব লাগিব। তাইৰ মুখলৈ সি কেতিয়াও চুৰকৈ চাব মোৱাৰিব? আনকি তাই বিষয়ে সি কবিতাও লিখিব নোৱাৰিব? কবিতা! হঠাৎ তাৰ মনত এটা ভয় সোমাই গ'ল। ৰেপুৰ বিষয়ে লিখা কবিতাবোৰ যদি কোনোবাই দেখে তেন্তে কি হ'ব? তাৰ মাক- দেউতাকে যদি জানে যে সি এই বয়সতে প্ৰেমৰ কবিতা লিখিছে। ভেঙে তেওঁলোকে তাৰ বিষয়ে কি ভাবিব? সি অৱশ্যে তাৰ বাৰাি কিতাপৰ বাকচটোৰ একেবাৰে তলিত কবিতাৰ বহিবোৰ শুকুৱাই ঘৰলৈ কিশো সাৱধানতা অৱলম্বন কৰিছে; কিন্তু তথাপি বি কেতিয়া আহে ঠিক নাই। সি উঠি গৈ কবিতাৰ বহিকেইখন উলিয়াই আনিলে। অধিক নিৰাপ ঠাইত বহিকেইখন হোৱাৰ আগতে কবিতাৰবোৰ পঢ়ি ভাবলৈ তাৰ মন গ'ল। আগফালৰ পিৰালিৰ পশ্চিম ফালৰ চুকটোত কী এখন পাৰি লৈ বহি সি শৰৎ কালৰ সূৰ্যাস্ত সোণালী শোহৰ মিজে লেখা কবিতাৰে পঢ়িবলৈ ধৰিলে। বিয়ে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল সেইদিলা-বিৰিা ৈ অ ৰ চাৰি চকুৰ কিম হৈছিল। অৱতে চাৰি ফুৰ মিলন মোয় ফটো সি পি টি পাই, গতিকে সি তেনেকৈ কিছু। এতে সে ঘটিছিল এনেকৈ। লি সিহঁত শিবাতি এনে ১৫