সমললৈ যাওক

পৃষ্ঠা:সময় আৰু সংকেত.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উৎসর্গা মতামত মোৰ সৈতে একে নহ'লেও মোৰ কথা একান্ত ধৈৰ্য আৰু অনুৰাগেৰে শুনা, মোৰ কৰ্তব্যৰ প্ৰতি একান্ত বিশ্বাস পোষণ কৰা মোৰ শহুৰ দেউতা আদ্য কলিতা আৰু মোক আপোচহীনভাৱে থাকিবলৈ উৎসাহিত কৰা শাহু আই পূৰ্ণিমা কলিতাৰ পবিত্ৰ স্মৃতিত