পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
স্বৰ্গীয় সত্যনাথ বৰাৰ


কথা মাতি আনি মনত সুমাই লয়, তাৰ সমালোচনা আছে, যদিও ভবিষ্যজ্ঞান সম্বন্ধীয় কাক চৰিত, জ্যোতিষ বচন আদি সংস্কৃতীয়া পুথিবোৰৰ সত্যতা সম্বন্ধে কোনো মতামত প্ৰকাশ কৰা নাই।