পৃষ্ঠা:সতীৰ তেজ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্দৰ। —তোমাৰ ওচৰত মোৰ কোনো ৰাজনীতি নাই, বিশ্বাস কৰাঁ।
বাউলী। —দেৱতা মোৰ! ক্ষমা কৰিব।
 ( অলপ আগ বাঢ়ি ভিতৰলৈ চাই )
 গদাপাণি!
বন্দৰ। —( বিমূঢ়ভাবে ) কি! গদাপাণি!
 (জিজ্ঞাস্থ দৃষ্টিৰে বাউলীলৈ চায়, এনেতে গদাপাণি সোমাই আহে। )
বন্দৰ। —(গদাপাণিক নিলগতে দেখি ) গদাপাণি!
গদা। —ভিনীহিদেউ! (বেগেৰে আহি বন্দৰৰ পদধূলি ল’ব খোজোঁতেই বন্দৰে সাবটি ধৰে। )

চতুৰ্থ অঙ্ক শেষ।


————