পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ ভৱসিন্ধু তৰি—জন্ম-মৃত্যুৰ হাত সাৰি, মুক্তি লাভ কৰি। পৰম্পদ-শ্ৰেষ্ঠপদ, বৈকুণ্ঠ, মুক্তি। সনাতন-চিৰস্থায়ী, অনন্তকাল থাকা। সাল -সং-আনন্দ; সদাকা সদাহৰ্ত্তা সদগতি; সদায় চলি থকা আনন্দু। কষ-পৃথিবী { } সকলে৷ প্ৰকাৰ আনন্দ দিওঁতা। ণ- আনন্দ নাৰেৰে সাগৰ পাৰ হোৱাৰ দৰে যাৰ ৰামকৃষ্ণ আদি নাম। নাৱেৰে পাপীসকলে * সংসাৰ স্বৰূপ সাগৰ পাৰ হৈ পৰম্পদ লাভ কৰে, অৰ্থাৎ জন্ম-মৃত্যুৰ হাত সাৰি মুক্তি লাভ কৰে; (তনে আনন্দ স্বৰূপ চিৰকাল সকলোতে প্ৰকা, সকলো প্ৰকাৰ আনন্দ দিওঁত পৰম এক মোৰ হৃদয়-মন্দিৰত আৰাধনা বা সেৱা কৰে। বোদ্ধৰতে জগন্তিং বহতে ভূগোলমুদ্ধিভ্ৰতে। দৈত্যান দাৰয়তে বলিং ছলতে ক্ষত্ৰক্ষং কুৰ্ব্বতে। পৌলস্ত্যং জৰতে হলং কলয়তে কাৰুণ্যমাতব্বতে। ম্লেচ্ছা মুড্ডয়তে দশকতি কৃতে কৃষ্ণায় তুভ্যং নমঃ। [৩] মৎস্য কূৰ্ম্ম নৰসিংহ বামন পৰশুৰাম হলীৰাম বৰাহ শ্ৰীৰাম। বুদ্ধ কল্কী নামে দশ আকৃতি ধৰিছা কৃষ্ণ তযু পাৱে কৰোহো প্ৰণাম।

  1. ৰত্নাক, অজামিল আদি পাপীসকলক ইঙ্গিত কৰিছে।