পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

 এৱে কৃপাময় দিয়োক শৰণ।
 দোষ মৰিষণ তোমাৰ চৰণ॥৯৮৪
হে কৃপাময়, মোক আশ্ৰয় দিয়া, কিয়নো তোমাৰ
ললে তুমি দোষ ক্ষমা কৰা
 ইবাৰ ঈশ্বৰ নাছাৰিবা মোক।
 মোৰ মন মজি তোমাতে ৰহোক॥৯৮৫
 মোৰ প্ৰাণ হৰে জীৱন প্ৰাণ হৰে।
 হৰিৰে ৰাম ৰাম কৃষ্ণ হৰে॥৯৮৬
 কৃষ্ণ হৰি এ প্ৰাণ হৰি এ। হৰি এ ৰাম ৰাম ৰাম
 হৰিৰে হৰিৰে ৰাম ৰাম, জয় জয় হৰি নাৰায়ণ
 গোবিন্দ এ জয় কৃষ্ণ ৰাম, জয় ৰাম জয় ৰাম॥৯
 হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম।
 হৰি হৰি এ নাৰায়ণ জয় গোবিন্দ ৰাম॥ ৯৮৯
 ৰাম কৃষ্ণ গোবিন্দ। হৰি ৰাম গোবিন্দ জয়॥৯
 গোবিন্দ কৃষ্ণ ৰাম ৰাম ৰাম।
 গোবিন্দ গোবিন্দ ৰাম ৰাম॥৯৯১
 গোবিন্দ মাধৱ প্ৰাণ বান্ধৱ।
 ৰাম কৃষ্ণ হৰি জয়।১৯২
 হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজে হয়।
 ৰাম নামে মৰণা মাৰে পাপ কটকৰ ক্ষয়॥৯৯৩

কটক−সৈন্য।