পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

(খদ

হৰি হৰি হৰি হৰি হৰি হৰি হৰি কি কাম কৰিলোঁ।
ম।
সঙ্গ লৈয়া তোমাক নভজি ভৈলে। কিননা অধোগামী॥৯৭৭
গামী–পতিত।
পদ-নিজ দাস হুয়া সেৱক তেঞ্জিলে॥
এছি দোষে ঘোৰ আপদে মজিলে॥৯৭৮
তুমি সিসুহৃদ আত্মা প্ৰিয়ম।
তথাপি তোমাক নভজো কি মই অধম ৯৭৯
তুমি নিজ পিতৃ গুৰু ষ্ট মোৰ।
মই মন্দমতি ভৈলো সেৱাচোৰ॥৯৮০
ৰু ইষ্ট-উষ্ণ গুৰু ৰা দেৱতা।
চোৰ - সেৱা পৰিত্যা, দাস ভৰে ভগৱানৰ সমু নোহোৰা,
ঈশ্বৰলৈ পাছ ধিয়।
অধমকে তাৰে তোমাৰ ভকতি।
তথাপি তোমাক নভজো কুমতি॥৯৮১
ইষ্টদেৱ বুলি তোমাক নধৰে॥
নিকাৰ ভুঞ্জিয়া সসাৰতে মাৰ।৯৮২
তুমিসে কেৱল কৰুণা সাগৰ।
তোমাক নভজো কি মই পামৰ॥৯৮৩
মিৰ—অধম, নীচ।