অনাদি অনন্ত সদাশিৱ সনাতন হৰি এ
নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন।
নিত্য নিৰঞ্জন নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন॥৮৬৫
মুৰাৰি মধুৰিপু ৰাঘৱ এ ৰাম ৰঘুপতি।
ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম॥
ৰাম ৰাম ৰাম নাৰায়ণ জয় নাৰায়ণ॥৮৬৬
যাদব যদুপতি মাধৱ এ,
ৰাম ৰাম কৃষ্ণ নাৰায়ণ হৰি নাৰায়ণ।
নাৰায়ণ নাৰায়ণ হৰি নাৰায়ণ॥৮৬৭
ৰাম কৃষ্ণ গোবিন্দ, গোপীনাথহৰি গোপীনাথ।
গোপীনাথ গোপীনাথ হৰি গোপীনাথ॥৮৬৮
কৰুণা সাগৰ মোৰ বান্ধৱ এ,
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম॥৮৬৯
ৰাম ৰাম ৰাম ৰাম গোবিন্দ,
ৰাম ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম ৰাম॥৮৭০
ৰাম কৃষ্ণ হৰি গোপাল গোবিন্দ মুকুন্দ ৰাম মুৰাৰি॥৮৭১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥৮৭২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম গোবিন্দ জয় ৰাম॥৮৭৩
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি ৰাম কৃষ্ণ ৰাম।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥৮৭৪
হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম।
পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬৪
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬০
সটীক নামঘোষা
