পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৯
সটীক নামঘোষা

ৰোচন-ৰুচি জনক
দুখবিমোচন-দুখ হৰণ কৰোঁতা।
 পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মুৰাৰি।
 অনাদি অনন্ত অচ্যুত গোবিন্দ ভকতৰ ভয়হাৰী॥৮৫৫
 জয় যাদৱ এ, মোৰে প্ৰাণ জীৱৰ জীৱন নাৰায়ণ।
 ভকতৰ ধন তযু অৰুণ চৰণ॥৮৬৬
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি,
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি জয় নাৰায়ণ॥৮৫৭
 ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম
 ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম এ হৰি নাৰায়ণ॥৮৫৮
 ৰাম ৰাম ৰাম ৰাম ৰাম
 ৰাম কৃষ্ণ হৰি নাৰায়ণ॥৮৫৯
 ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম
 ৰাম ৰাম হৰি হৰি হৰি॥ ৮৬০
 হৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম ৰাম ৰাম।
 শ্ৰীৰাম জয় জয় ৰাম॥ ৮৬১
 ৰাম ৰাম ৰাম ৰাম গোপাল। জীৱৰ জীৱন যদুৰায়॥৮৬২
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয় ৰাম জয় ৰাম॥৮৬৩
 দীন দয়াশীল দেৱ দামোদৰ হৰি দামোদৰ।
 দামোদৰ দামোদৰ দেৱ দামোদৰ॥৮৬৪
দীনদয়াশীল - দুখীয়াক দয়া কৰাই যাৰ স্বভাব।