যাদৱ যদুনন্দন মুকুন্দ মুৰবিনাশী।
অবিদ্যা সাগৰ মজিলে! মাধৱ, উদ্ধাৰ কৰিয়ে আসি।৮১৮
অবিদ্যা সাগৰে মাজলে– মায়াত ডুব গলে।
জীৱন যাদৱ ৰয়, সেৱোহেঁ। তোমাৰ পায়,
ৰূম নেহিনা নফৰ দায়, ভূৱ পাৰে ৰতি
যিমতে কৰিবো, দিয়োক নাথ উপায়!৮-১৯
ন'স, ভু”।
নেৰিব। সফৰ দি – জগতৰ পৰ দাসক উদ্ধাৰ নকৰি নাথাকি।
যাদৱ হয় যদুপতি তোমাৰ চৰণে লাগে।
শ্ৰৱণ কীৰ্ত্তন নিৰ্মল ভ ক জ কাকুতি কৰিয়া মাগো॥৮২৫
চৰণে গে1 --~চৰণত ধৰে।
দীন দয়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাবি।
দান্তে তৃণ কৰো চৰণত ধৰে।
নেৰিবা মোক মুৱাৰি।৮২১
দন্তে - ৰে— অতি কাতৰ হৈ তোমাৰ চৰণত আশ্ৰয় লওঁ বা
কৰুণাময় কৰুণাসাগৰ কৃপাৰ কৰুণা সিন্ধু
কামাৰ কৃপাৰ আমি নোহে পাত্ৰ
তুমি পুনু দীনবন্ধু॥৮২২
প্ৰভু, তুমি কৰুণাময়, ককপস গৱ অ' তোমাৰ কৃপ। সাগৰৰ
পানীৰ দৰে অন্ত নোহোৱা; কিন্তু এই তোমাৰ দয়াৰ ধোগ্য নহওঁ, তুমি
অকে। দুখীয়াৰ বন্ধু, ই কেনে কথা! অৰ্থাৎ তোমাৰ দয়া বৈ পৰা,
পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৫৭
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
