পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এক নামঘোষ জমি- কৰি। কৃষ্ণে অৰ্জুনত কৈছে—মই দেহাৰ্দিক ( মন, মুখ, গ, মায়া, বড়ৰিপ আদিক ] জয় কৰি ব্ৰহ্মাতকৈ উত্তম হৈছে, সেই কাৰণে মই এই পোঝসমাজত আৰু বেদত পুৰুষোত্তম নামে খ্যাত হৈছে। অৰ্থাৎ সকলোৰে মোক পুৰুষোত্তম বোলে। এষ্ণে নিজে নিজক ঈশ্বৰ বুলি প্ৰকাশ কৰিছিল। উপদেশগুক মাহাত্ম্য [49] যিটো মহামতি গুৰুজনে হৰিভক্তি পথ উপদেশ দিয়া দুঃখময় সংসাৰক পাৰ কৰে। হয় পৰম গুৰু ঋণ সুজিবাক প্ৰতি জানা নিজে অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। যি সদাশয় গুৰুৱে তগৱানক তক্তি কৰাৰ নিয়মৰ বিষয়ে নানা উপদেশ (ক্ষন) দি জীৱক দুঃখপূৰ্ণ সংসাৰৰপৰা পাৰ কৰে অৰ্থাৎ মুক্তি দিয়ে, জেনে পৰম উপকাৰী গুৰু কৰপতে অতি ভক্তিভাৱে সেৱা কৰি যাৰ সুজিবলৈ চেষ্টা নকৰিলে, যাৰ সুজাৰ আৰু আন উপায় নাই। [ ৬৭৯] হৰি ভক্তি দাতা গুৰু ঋণ সুজিবাক যিটো অহাৰী অনেক যতনে মনত পালচে মাত্ৰ।