পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লটক নামঘোষ 8 >> তাৰ ধূলি যিটো শিৰে ধৰে নিশ্চয়ে জানিবা সিটো নৰে কৃষ্ণৰ পৰম বল্লভ হোৱে সাক্ষাত | মধুদ্বষ- মধুসূদন। যি ঠত মধুসূদন হৰিৰ মলম নাম-কীৰ্ত্তন অকপট ভাবে হয়, যি লোকে পৰম ভক্তিভাৱে সেই ১ ইৰ ধূলি মুনত হয়, সেই লোক নিশ্চয় জানিবা সাক্ষাতে ভগৱানৰ পৰম স্যুপ:ত্ৰ হয়; আৰ্থ ভগৱানৰ কীৰ্তন হৈ বা ১ ইলৈ গলে মানুহৰ ভগৱনলৈ ভক্তি জন্মে আৰু তাৰ সাধুসকলৰ লগত একান্তমনে হৰিকীৰ্ত্তন কৰিবলৈ প্ৰবৃতি জন্মে, তাৰ ফলত তে ভগৱানৰ প্ৰিয়পাত্ত হৈ উঠে। পানেন তে দেৱ কথা সুধাৱা প্ৰবৃক্ষ ভক্ত্যা বিশদশিয়া বে। বৈৰাগসাৰং প্ৰতিষ্য বোষং যখসা চক্ষুৰকুদৃষ্টং ৬৭৫ { ৬৭৫ ] হে দেৱ মহেশ্বৰ হৰি তবু কথামৃত পান কৰি বঢ়ায়া ভকতি মনক শুদ্ধ কৰয়। বৈৰাগ্যেমে সাৰ ভৈল যাৰ নেয় বোধক লভি সুখে পৰম নিৰ্ম্মল বৈকুণ্ঠ গৈয়া পায়। হে সৰ্ব্বদেৰ শ্ৰষ্ঠ গৱান, যিঙ্গনে তোমাৰ নাম-গুণ কীৰ্ত্তনৰূপ অম্বত পান কৰি দ্বাৰ্থৎ এসামনে তোমাৰ নাম-কীৰ্ত্তন কৰি ৰ পাই তোমাৰ এত বেছি ভক্তিমান হয়, আৰু তাৰ ফলত নিজৰ মনৰ কলুষ দূৰ কৰি শুৰু হয়, আৰু যাৰ বৈৰাগ্যই সাৰ হয় অৰ্থাৎ বিষয়