পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সক নামধ্যে সত্যীলোক, মহামানী, ভক্ত দুৰীয়া হলেও কাকো একো গান কৰিব নোৱাৰিলেও আৰু বিষয় বুদ্ধি নাথাকিলেও তেওঁ ব্ৰহ্মক এনাৰ কাৰণে শেঠজন হৈ উঠে। কীৰ্ত্তন প্ৰশংসা খগ্যাং দিশি মহাভক্তাঃ এমৎকমলোচন। কীয়প্তি নমস্কৃত্য তাং দিশং মচ্যুত। [ ৬৭২} যি দিশত মহা ভক্তসবে শ্ৰীমন্ত কমললোচনক পৰম সন্তোষে কীৰ্ত্তন যিটো কৰয়। সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ-সংসাৰ সুখে তৰি আপুনি অচ্যুত স্বৰূপ সিটো হোৱয়॥ শ্ৰীমন্ত কমল-লোচনক—সকলো গুণযুক্ত পৰম সুন্দৰ ভগৱানৰ নামক। যিটো—যি (কীৰ্ত্তনৰ বিশেষণ)। বিফালে মহা সাধুসকলে পৰম সুন্দৰ ভগৱানৰ নাম পৰম সন্তোষে কীৰ্ত্তন কৰে, যিলোকে সেই কীৰ্ত্তনক উদ্দেশ্য কৰি সেইফালে নমস্কাৰ কৰে [ অৰ্থাৎ হৰি কীৰ্ত্তন ধ্বনি শুনেতে ষাৰ নামত প্ৰেম ওপলে, (বহুত দিন একান্তমনে নাম লোৱাতহে এই অৱস্থ ঘটে )। সেই লোকে মায়াময় কষ্টসাধ্য সংসাৰৰপৰ উদ্ধাৰ হৈ নিয়ে ভগৱনৰ ৰূপ অৰ্থাৎ হৰিনাম নিলে প্ৰেম পা লোক জীৱক আৰু সোহ ৰৰ (নিজে ঈশ্বৰবোৰ যোৰা হয়)।