পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টীক ঘোষ। সেহি নাৰায়ণ নাম লৈৰা শুদ্ধ কৰো আমি চিত্ত কায়া হৰি সন্তোষৰ কাৰণ আন নাজানি। খস, যজুঃ, সাম, অথৰ্ব্ব এই চাৰি বেদৰ সাৰ স্বৰূপ চাৰিটা অক্ষৰ প্ৰহ্মাই আনি নাৰায়ণ” কথাষাৰ প্ৰকাশ কৰিছে। ভগৱানক সন্তুষ্ট কৰিবলৈ আন একো আমি উপায় নাই সেই ( নাৰায়ণ কথা একান্ত মনে লৈ দেহ-মন শুদ্ধ কৰে। একং শাং দৈৱকীপুত্ৰগীতমেকে দেৱে দৈৱকীপুত্ৰ এব। কৰ্মোহণ্যেকং অ দেৱ সেৱা মন্ত্ৰোপ্যেকে। অন্য দে নাম। [ ৬৬৬] একেখানি মাত্ৰ নিষ্ঠ শাস্ত্ৰ দৈৱকীনন্দনে কৈলা যাক দেৱে একমাত্ৰ দৈৱকী দেৱীৰ সুত। দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম্মো একো এহিমানে মাত্ৰ মন্ত্ৰেী এক তান নাম মাত্ৰ অদভুত। অভুত-মাহাত্মযুক্ত। দৈৱকীনন্দন শ্ৰীকৃষ্ণে যি শাৰ কৈছে সেয়ে একমাত্ৰ সত্য ৰায়; একষ্ণৰূপে দৈৱকীৰ গৰ্ভত ওপজা দৈৱকী পুত্ৰই একমাত্ৰ নেতা; দৈৱকী পুত্ৰ কৃষ্ণৰ পদ সেৱাই একমাত্ৰ কৰ্ম আৰু মন্ত্ৰ (অন্ত নাই)। এক তেওঁৰ মাহাত্ম্যযুক্ত নাম হে। (একান্ত মৰে নাৰ পৰা সকলো সিদ্ধ হয়।)