পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা হে মধু নামৰ দৈত্য বিনাশকাৰী ৰঘুপতি ৰাম, তুমি ভক্তৰ আশ্ৰয়, তোমাৰ চৰণৰ অশ্ৰয় কে মই নিশ্চয় কৰিলোঁ, অৰ্থৎ একান্ত মনে তোমাৰ চৰণতে মই আশ্ৰয় ললে; হে দুখীয়ৰ দুখ হৰণ কৰোঁতা দয়াশীল দামোদৰ প্ৰভু, তোমাক নমস্কাৰ কৰে, মই এই সংসাৰৰ মায়াত পৰি বৰ দুখ পাইছো, প্ৰভু তোমাৰ চৰণত আশ্ৰয় দি মোক উদ্ধাৰ কৰা। [৬৬৩) হে কৃষ্ণ তযু পাদপদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা। প্ৰাণ প্ৰয়াণব সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ চৰণ কথা। পঞ্জৰ-পিজৰা, বাহা। প্ৰাণ প্ৰয়াণৰ সম- মুকালত। হে কৃষ্ণ, তোমাৰ চৰ-পদ্মৰূপ বাহত মেৰ মনৰূপ ৰাজহাহ সাঃ সোমাই থাকক অৰ্থাৎ বাইত ৰজইহি থকাৰদৰে মোৰ মন তোমাৰ চৰণ চিন্তাত থাকক। মোৰ শৰীৰৰপৰা জীব ওলাই যে’ৰ সময়ত যেতিয়া কফ, বাত, পিত্ত আদিয়ে মোৰ বৰোধ কৰিব, সেই সময়ত যেন প্ৰভু, তোমাৰ কথা মোৰ মনত পৰে। মুষ্ণন্নঙ্গ ত্বত্ব সঙ্গমনিশঃ ত্বমেব সঞ্চয়ন সন্তঃ সন্তি যতো যতো গৰমদাস্তানাশমানবহন। নিত্যং উন্মুখপঙ্কজাদ্বিগলিতং তংপুণ্যগাথামৃত- শ্ৰোতসংপ্লব: সংপুতে নৰহৰে নাম্যহং দেহভৃৎ৬৮