পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা দেখি সুৱৰ্ণৰ পদ্ম হৰি বলে দুঃখে আৰ্তনাদ কৰি সমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি। গজেতে সৰোবৰত পানী খাওঁতে যেতিয়া গ্ৰামে গজেন্দ্ৰক কামোৰ আৰি ধৰিছিল, গৰ্জেন্ত্ৰে গ্ৰাহৰ মুখৰপৰা এৰাব নোৱাৰি শেষত কই পাই ওপৰলৈ চাওঁতে হৰিয়ে চক্ৰ হাতত লৈ গৰুড়ৰ কান্ধত আকাশত একা দেখা পালে; ৰিক দেখি বা ভগৱানলৈ তেওঁৰ মনত পৰাত ৰেৰে সুৱৰ্ণৰ পথ তুলি হে ভগৱন্ত, তোক নমস্কাৰ কৰে। শোক সেক কৰি পোৰা” বুলি চিঞৰি অতি দুঃখে কবলৈ ধৰিলে। (গলে উপাখ্যান।] (গেইৰে ময়ে মায়াৰ গ্ৰাহত পৰিছে; হে ভগবান, যেন ইয়াৰপৰা উদ্ধাৰ কৰি তোমাৰ দাস কৰি লোৱা। অনুতাপ কৃষ্ণ লীয় পদ-পঙ্কজগৰান্তে অবৈ যে যিশই মানসৰাজহংস। এয়াসময়ে কফ-বাত-পিত্তৈ: কাবৰোধনবিধৌ স্মৰণং কুতন্তে ও 66-66 [ ৬৬২] মধুৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজগতি তোমাৰ চৰণে শৰণ কৰিলো সাৰ। নমো দেৱ দীন দুঃখহাৰী আমি দুঃখিতক চৰণে কৰা উদ্ধাৰ। দয়াশীল দামোদৰ প্ৰভু