পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামধোবা দৃষ্টং জনং সম্পতিতং বিসেহস্মিন কাহিন' ক্ষুদ্ৰ খোতৰ্ষে। সমুৰৈণং কৃপয়া বৰ্গচোতি ৰাসিঞ্চ্য মহাভাৰ: # ৬ [ ৬৬০ ) ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি কাল সৰ্পে দংশি হৰিল চেতন তাৰ। মোক্ষপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিয়ে মোক উদ্ধাৰ॥ কাল সৰ্প—মাৰাত্মক সাপ, বিষাল সাপ। জীৱে সামা গৃহসুখৰ আশা কৰি ভগৱন্তক চিন্তা নকৰাৰ ফলত সংসাৰ বন্ধন এৰাব নোৱাৰি সংস ৰত পুনঃ পুনঃ জন্মি আৰু মৰি বুৰি আছে , বিষাল সৰ্পে দংশন কৰি চেতন হেৰুৱাৰ দৰে জীৱক মায়াই আগুৰি থকাত জীৱৰ চৈতন্য উদয় হোৱা নাই। হে কৃষ্ণ, তোমাৰ বাক্যামৃত মোক্ষ স্বৰূপ অৰ্থাৎ তোমাৰ উপদেশ মতে চলিলে ক্ষে লাভ হয়,; হে দয়াময় কৃষ্ণ, তুমি মোৰ প্ৰতি কৃপাষ্ট হৈ অমৃত ছটিয়াই অচেতন সচেতন কৰ ৰ দৰে, মোৰ হতুৱাই তোমাৰ বাক্য পালন কৰোৰাই মোক চেতন অৰ্থাৎ উদ্ধাৰ কৰা। সোহস্তং সৰসুৰুবলেনগৃহীত অস্ত্ৰো দৃষ্টা গৰুতি হৰিংখ উপ ও চক্ৰ উৎক্ষিপ্য সামুজকৰং গিৰমাহ কৃষ্ণনাৰায়ণাখিস গুৰৰ ভগৱম্নমস্তো৬৬১ [ ৬৬১] সৰেবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাচে আকাশে গৰুড় স্কন্ধে চক্ৰে ধৰি হৰি।