পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটিক নামোনা গোবিপ্ৰ দেব দুঃখহাৰী যোগেশ্বৰ সমস্তৰ গুৰু নমো ভগৱন্ত তযু পদ অৰবিন্দ। বোগে—যেন বাতি। কে ধনঞ্জয় সখা কৃষ্ণ, বৃষ্ণিকুলৰ শ্ৰেষ্ঠ, দুষ্ট ৰজাৰ (কংসৰ) বংশ ধ্বংসকাৰী অনন্ত শক্তিমান গোবিন্দ, গো-ব্ৰাহ্মণৰ দুধ হৰণ কৰে যোগেশ্বৰ, নিখিল বিশ্বৰ গুৰু ভগৱম্ভ, তোমাৰ চৰণ-পত মই সে প্ৰাৰ্থনা বৰি ফুৰ পৰ্যন্তং ভুত গ্ৰাম চৰ্বি। আমি বিশ্বং এং য্য মায়া ৫১ [ ৬৫৯] এ আদি কৰিত জীৱ ৰাম ৰাম ৰাম ৰাম ৰাম মায়া শ্যামালে আহয় যুমুটি যাই। তুমিসে চৈতম্ভ সনাতন ৰাম ৰাম ৰাম ৰাম ৰা আমি অচেতন নিয়োক নাথ জগাই। এন্ধা আদি কৰি যিমান দেখা, গন্ধৰ্ব, মনু জীৰ আছে সকলো- বিলাক মাৰি টোপনিত পৰি আছে। অৰ্থৎ সকশোক মায়াই আগুৰি আছে। সেই জীৱৰ ভিতৰত ময়ো এটা, মোকো মায়াই মোহি আছে, তুৰি মাত চৈতন্য আৰু সনাতন; হে নাথ, মই মায়াৰৰ অচেতন অৱস্থাত পৰি আছোঁ, মোক তুমি তোমাৰ ওচৰলৈ লগাই নিয়।