পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰু নামে। নহৈ হৰি নাম- কাৰ্তনকে কৰি থাকিবলৈ ভাল পা! (হৰিৰ নাৰ কীৰ কৰোঁতে কৰোঁতে নামত বক্তি হিলে লৰ ত একো ফানা নথকা; ৰেল ভক্তি বলতে আন লতি নাম-কীৰ কৰি থাকে। এতেকে তোষালোকৰ তিতৰত যি দুদু লোক, (অৰ্থাৎ যে নিপুণলোকাল;) হৰিৰ নাম গুণেই একশো শামৰ শাৰ জানি, কৃষ্ণৰ চৰণত ৰাখি হৰিৰ না- কী কৰিব নেৰি। পৰিনিঠাণি বৈশ্যে গোকলীলা। বৃহীত চেষ্ঠা ৰাজৰ্ষে আখ্যানং যদধীতৰা। 189 ) গুৰু নিগতি পৰীক্ষিত যদি আমি নিত স্থিত তথাপি উত্তৰ শ্লোকৰ মহিমা ৩ণে। কৰিলেক মোৰ বশ্য চিত ভাগৱত গ্ৰন্থ বিপৰীত পৰম আৰলে পঢ়িলোঁ। মই আপুনি। বিপৰীত-মাহাত্ম্যপূৰ্ণ, আচৰিত। উত্তম গেৰু-জাগৰ শাৰ। ৩ নিয়ে পৰীক্ষিতৰ আগত কৈছে, মই যদিও নিতছে, অৰ্থাৎ শ, ষ, তা কোনো ণে যদি মোক পড়া কৰিব নোৱাৰে, তথাণি হৰিৰ নাম-গুণ গা লালিত্য আৰু সম্পূৰ্ণ মোক একা পণে মাহাত্ম্যপূৰ্ণ ভাৰত এহে মোৰ হৃদয় খকাৰ কৰিলে ৰা শোৰ মন টানি মিলে; মই নিজে পৰা আনলে সেই এই পাঠ কৰিলো।