পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সক নামঘোষা ৩৮১ অৰ্জুনে ভগৱানক কৈছে—হে কৃপাময়, তোমাৰ নাম-গুণ কীৰ্ত্তন কৰি জগতবাসীয়ে তোমাৰ প্ৰেমত আনন্দ কৰে; তোম'ৰ নাম- কীৰ্ত্তনৰূপ অগ্নিশিখত ৰাক্ষস-পিশাচ দগ্ধ হৈ যেনি পায় নি পলাই যায়; অৰ্থাৎ এক 'মনে নাম কীৰ্ত্তন কৰি ল পাপ থাকিব নোৱাৰে। প্ৰায়েশ মুন’ষা ৰাজ নিবৃত্ত বিধিষেধ। নৈগুণঃস্থা ৰমস্ত স্ম গুণানুকথনে হৰে: ১৪৪ - ৫৪৬ ভাবাৰ্য ( ৬৪৪ ] ভক্তি সৰোবৰে কৃষ্ণ পাদ- পঙ্কজত পৰি নিৰন্তৰে পৰম আনন্দে ভকত ভ্ৰমৰ জাকে। কৃষ্ণযশ-ৰস মধুপানে মত্ত হুয়া আতি সাবধানে ৰামনাম ৰাজহংস ৰাৱ শুনি থাকে। সৰোবৰত পদ্ম ফুল ফুটে, মৰবিলাকে সেই পদ্মত পৰি মধুপানত মত্ত হৈ পৰম আনন্দে সদায় সুমি থাকে আৰু সেই সৰোবৰত ৰাজহাঁহৰ মতি যায়। (সইদৰে ভক্তসকলে একান্তমনে ভগৱানত ভক্তি ক ৰাঁতে সেই ভক্তিৰূপ সাগৰত ভগৱানক দেখ পায় আৰু তেওঁলোকৰ মন ভগৱানৰ চৰণত লাগি ভ্ৰমৰে মধু- পান কৰাৰ দৰে ভগৱানৰ নাম-গুণ ৰসত মোহ যায় আৰু তেওঁলোকৰ অন্তৰত ৰামনামৰ ধ্বনি উঠ। ভক্তে নিজ হৃদয়ত ৰামনামৰ ধ্বনি শুনিবলৈ পায় বুলি কয়।)