পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৯২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

obby সটীক নামঘোফ তাকেসে আশ্চৰ্য্য বুলি ধৰি যাৰ নাম একবাৰ স্মৰি চণ্ডালো সম্প্ৰতি সংসাৰ বন্ধু এৰায়। উক্তম--বিষ্ণু, বানদেৰ। ছঊৰ্মি-শোক, মোহ, জবা, মৃত্যু, ভে'ক আৰু পিয়াহ। সংসাৰ বন্ধ এৰায়মুক্তি পায়। {তক্তই প্ৰথমতে সাকাৰ ভাৱে ভগৱানক উপাসনা কৰে) যি ভগৱানৰ কল্পিত { শাস্ত্ৰ নিৰ্দেশিত ) মূৰ্তিক হৃদয়ত চিন্তা কৰি শোক, মোহ, জৰা, মৃত্যু, তোক আৰু পিয়াহ, এই ছয় উমি জয় কৰে, সি যুক্তিলাভ কৰ একো আচৰিতৰ কৰা নহয়; কিন্তু আচৰিত সেইটোৱেই, যাৰ নাম চাখালেও একান্তমনে এবাৰ উচ্চাৰণ কৰিয়েই মুক্তি লাভ কৰিব পাৰে। খানে হৃষীকেশ তৰ প্ৰকা জগৎপ্ৰস্থ্য ত্যৰজ্যতে চ। মাংসি ভীতানি দিশে বন্তি সৰ্ব্বে নমস্যন্তি ৪ সিদ্ধসংঘাঃ ৬৪৩ [ ৬৪৩ ] কৃষ্ণক বোল ধনঞ্জয় তোমাৰ কীৰ্ত্তনে কৃপাময় আতি অনুৰাগে জগতে কৰে হৰিষ। তোমাৰ কীৰ্ত্তন অগনিৰ শিখায়ে দগধ হুয়া আতি বাক্ষস পিসচ পলাই যায় দশোদিশ।