পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৯০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সক নামঘোষা শঙ্কা তব পদমূলে এবিষ্টস্য কৃতান্তভাৰ কিয়ায়ং লাভ। ক্তে শব্দ এ সকল পুৰুষাৰ্থ শ্ৰেণী শিৰসি নীৰ্তি। • [ ৬৪] হে কৃষ্ণ ভযু পদ মূলে একান্তমনে শৰণ লোৱে যিটো কোন লাভ ইটো এৰাইবে কালৰ ভয়। শুধু তকতৰ সঙ্গগোটে সৰ্ব পুৰুষাৰ্থ ৰাখি শিৰে চড়িয়া কৌতুকে অত্যন্ত নৃত্য কয়। এৰাইৰে কালৰ তৰমুক্তিলাভ কৰিব। হে কৃষ্ণ, তোমাৰ চৰণত একান্তমনে ৰি শৰণ নয়, তেওঁৰ পক্ষে মৃত্যুৰ পাচত মুক্তি লাভ কৰিব, ই একো বিশেষ সাত নয়, কিয়নো তোমাৰ ভক্তৰ লগতে খ, অৰ্থ, কাম, যেগৰি পুৰুষাৰ্থ আনন্দে নাচি থাকে; অৰ্থাৎ কে তোমাৰ নাৰ কাৰ্তন কৰি পৰিমেয় আনন্দ পায় { ভক্তৰ ভক্তিয়েই লক্ষ্য)। চাৰি পুৰ্ণ ৰ গত আপোনা আপুনি লগ পায়। দুৰমাত নিগমায় তৰানেশ্চিৰিত হাম্বন্ধি পৰিবৰ্ত্তন পৰিশ্ৰমনা। ন পৰিলসন্তি কেচিদপবৰ্গমপশ্বৰ তে চৰণ সৰোহং সকুল সঙ্গবিসৃষ্ট গৃহ ৪১