পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক মঘোষ। Obt বিনা সেতু বন্ধ কৰি নৰে ৰাম ৰাম ৰাম ৰাম ৰাম অপাৰ সংসাৰ সমুদ্ৰৰ হোৱে পাৰ। হে প্ৰাণপ্ৰভু ৰঘুপতি, তোমা ত কৰি তোমাৰ নামৰ গুণ চাৰ (বেচি), কিয়নো তুমি সেতু বান্ধিহে সাগৰ পাৰ হৈছিল, কিন্তু লোকে সেতু নবান্ধাকৈ তোমাৰ নাম একান্ত মনে লৈয়েই সংসাৰৰূপ অপাৰ সাগৰ পাৰ হয় অৰ্থাৎ মুক্তি পায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ ইত্যস্তকালে জল্পন : জীবিতং যে জহাতি। আন্তঃ শব্দঃ কল্পতে মুৰুৈ ব্ৰীড়া নস্ত্ৰে তি:ংশস্থে ৬৩৯ { ৬৩৯ ] কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিটো অন্তকালে নিজে প্ৰাণ তেজে আগৰ পদে মুকুতি তাঙ্ক দিয়ে। আৰু কিবা বস্তু দিব বুলি আৰ দুই পদে সজ্জা হয় ঋণী ভৈলোঁ বুলি দমাই মাথা থাকয়। ভগৱানৰ কৃষ্ণ নামৰ এনে মাহ) খ, যে যিজনে মৃত্যুৰ সময়ত “কৃষ্ণ কৃষ্ণ কৃষ্ণ” বেলে, তেওঁক প্ৰথম কৃষ্ণপদে মুক্তি দিয়ে; বাকী দুই কৃষ্ণপদে একা দিব নোৱাৰি সেই জীৱৰ ওচৰত ঋণী থাকলে। বুলি সাজ পায়। ( মুক্তিতকৈ জীৱৰ বাঞ্ছনীয় আৰু ভগৱানে দিৰ পাৰ বস্তু বা পদ নাই; সেই মুক্তি জীৱে একান্তমনে ভগৱানৰ নাম শলেই পায়।