পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সীক নামঘোৰা মহিমা ‘ৰা” শব্দেচ্চাৰণে নৈব মুখাৰ্ষিাতি পাতকং। পুণ্যং প্ৰবিষ্টং ভবতি মকন্তু কপাটকং। [Wor] ৰা’ শৱদক উচ্চন্তে ৰাম ৰাম ৰাম ৰাম ৰাম মুখ হন্তে বাজ হুয়া পলায় পাপ মানে। পুণ্যমানে হোবে অভ্যন্তৰ ৰাম ৰাম ৰাম ৰাম ৰাম ‘ম’ বুলি আতি কপট মায়াৰ টানে | ৰাম নামৰ ইমান মাহাত্ম্য যে 'ৰা শব্দ উচ্চাৰণ কৰা মাত্ৰে মা হৰ হৃদয়ৰ পাপবোৰ ওলাই যায় আৰু তাৰ লগে লগে পুণ্য শৰীৰৰ ভিতৰত প্ৰবেশ কৰে, ‘ম’ বুলিলেই হৃদয়ৰ দুৱাৰ বন্ধ হয়, পুণ্য ওলাৰ নোৱাৰে অৰ্থ ৎ 'ৰাম নামৰ গুপত মানুহৰ হৃদয় পবিত্ৰ হয়। কৃষ্ণ মিশ্চত্মা যতো ন ভয়মপি। ইতি বেদক বৈ বিদ্ব ন যো বিদ্বান স গুৰুহঁৰিঃ ৬৩৬ [ ৬৩৬ ] কৃষ্ণ প্ৰিয়তম আত্মা নিজ ৰাম ৰাম ৰাম ৰাম ৰাম যাত হতে অণুমাত্ৰকে ভয় নু শুনি। আকো যিটো জানে সোহজন ৰাম ৰাম ৰাম ৰাম ৰাম বিদ্যৱন্ত গুৰু সেংিসে হৰি আপুনি।