পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ ভাবাৰ্য ন প্ৰহ্মণ; স্বপৰতেমতিস্তব স্যাৎ সৰ্বাত্মনঃ সমদৃশ: স্বসুখানুভূতে। লংসেতাং সুৰতৰোৰিব তে প্ৰসঙ্গ: সেৱাৰুৰূপঃ মুনয়ো ন বিপৰ্যয়েৰ ৬০২-৮৩৩ [ ৬৩২] সমস্তৰে আত্মা নাৰায়ণ আত্ম-সুখে ৰতি সৰ্বক্ষণ এহি হেতু হৰি সমস্ত প্ৰাণীত সম। তাৰু যিটো ভজে সুখে তৰে নভজি সংসাৰে মজি মৰে কৃষ্ণক বিবম বোলয় কোন অধম? ভগবান সময় প্ৰাপ্ত আত্মা, তেওঁৰ সদায় আত্ম-সুখতে ৰতি (অৰ্থাৎ তেওঁ নিজানন্দ, সকলো প্ৰাণীৰ অন্তৰত আন্ধাৰূপে আছে যেতিয়া তেওঁ সকলো আত্মাৰ সুখ ভাল পোৰা হৈছে), এই কাৰণে ভগৱান সকলো প্ৰান্তে সমান অৰ্থাৎ তেওঁ কাকো ভাল পোৰা, কাকো ভাল নোপোৰা নহয়; সেই আত্মাৰূপী ভগৱানক যি সুখৰ বা আনন্দৰ আশাৰে অস্কে, তেওঁ অতি অনায়াসে মুক্তি লাভ কৰে, যি তেওঁক নতজে, চি মুক্তি লাভ কৰিব নোৱাৰি সংসাৰত ঘূৰি ফুৰে; এমে অৱস্থাত ভগবানক কোন অধমে অসমদৰ্শী (কাকো আপোন, কাকো পৰ দেখা) বোলে?