পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নাৰযোৰা অভাত } বিষয় ভোগ কৰিব নোৰাৰে, থাপিতো বিষয়ৰ আশা নেৰে হৰি হৰি হৰি? ই কি আচৰিত কথা। নাপি ভোক্তং ন চ তাক্ত শকোত বিষয়ান জৰী। অস্থিনিৰ্দশনশ্চৈব জিহ্বা লেছি কেৱল ৪৬৯ [ ৬২৯} বৃদ্ধসবে জানা বিষয়ক ভোগ কৰিবাক নপিৰয় ভক্তিহীন বৃদ্ধে তেজিতে সমৰ্থ নয়। দশনবিহীন কুত্তা যেন হাড় চোবাইবাক নপিৰয় জিহ্বা লৰবৰ কৰি মাত্ৰ চেলেকয়। বুঢ়াসকলে বিষয় ভোগ কৰিবলৈ অসমৰ্থ, { তথাপি। ভক্তিহীন বুঢ়াসকলে বিষয় আশা এৰিব নোৱাৰে; তেওঁলোকে দাসৰ কুকুৰে হাড় চোবাব নোৱাৰি চেলেকি ভাৰ হেপাহ পলুৱাৰদৰে বিষয় ভোগ কৰিব নোৱাৰি পুৰ, পৰা ধন আদিলৈ চাই আৰু সেইবোৰ তাৰি- চাৰিয়ে মনৰ হাবিল' পলুৱায়। সূচক: শুকৰশ্চৈব ব'বেতো বিধিনিৰ্ম্মিতে। সুচকঃ ঔদ্ধতে সাধুৰ গ্ৰাম্যশ্চ শুৰ বধা ৬৩০ [ ৬৩০ } বৈষ্ণৱ নিন্দুক সূচকক বিষ্ঠা লুঠা গ্ৰাম্য শূকৰক বিধাতায়ে দুইকো জিলন্ত দয়াতৰে।