পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোকা হৰি ভকতিক পৰিহৰি বৃদ্ধে বিষয়ক টেৰ কৰি পুনু পালটিয়া নিৰিখি আছে কিসক॥ শিশুয়ে আগলৈ বিষয় সুখ ভোগ কৰিব বুলি আশা কৰে, ডেকা- সকলে যৌৱন বসত তৰি দি বিষয় সুখ ভোগ কৰে আৰু বুঢ়া- সকলে বিষয় সুখ কৰি তালৈ পিঠি দিয়ে; (শিশু আৰু ডেকাই বাৰু হৰিভক্তি নকৰে নাই। কিন্তু বিষয় সুখলৈ পিঠি দিয়া বুঢ়া সকলেও হৰিভক্তি নকৰে, যে কিয় পুনঃ বিষয়ৰ ফালে টেৰ কৰি চায় কব নোৱাৰে। বাল মন্যতাং অবসি প্ৰান্তে। যুবা সেৱতাং। বৃন্তবিষয়াবহিষ্কৃত ই ব্যাৰ্বত্য কি পন্থতি ২৮ [ ৬২৮} বালকে কৰোক বহুমান যুবায়ে সেৱোক পাৰেমান বৃদ্ধে বিষয়ৰ বহিৰ্ভূত হুয়া গৈল। ভোগ কৰিবাক নপিৰয় তথাপিতো আশা নছায় হৰি হৰি হৰি কিনো বিপৰীত ভৈল। লৰায়ে বাৰু বিষয়লৈ বৰ আশা কৰেকৰোক, ডেকাই যিমান পাৰে বি ভোগ কৰোক, বুঢ়াতো বিষয়ৰ বাহিৰ হল, তেওঁলোকে (শক্তিৰ