পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামোৰা আচৰ—সমস্ত, ব্ৰহ্ম"। প্ৰৱৰ্ত্তে-চল। মোৰ ভাৱে যুক্ত হয়া-মেত একান্ত চিত্ত হৈ } হে অৰ্জুন, মোৰ পৰা সমস্ত জগ ও ব্ৰহ্মাণ্ড সৃষ্টি হৈছে আৰু মোতে সদায় ব্ৰহ্মাণ্ড চলিছে, বি ইয়াক জানে তেৱে ই পৰ বিবেকী বা সুবুদ্ধিমান (তত্ত্বজ্ঞানী, তেওঁ মোৰ শ্ৰেষ্ঠত! বুজব পাৰি, মোতে জ্ঞান ৰাখি, মোৰ নাম শ্ৰৱণ-কীৰ্ত্তন কৰি মোকে জে। মচ্চিত্ত মদগতা: প্ৰাণা: বোধয়ঙ্কঃ পৰম্পৰং। কথয়ন্তশ্চ মাং নিত্যং তুন্তি চ ৰমণ্ডি চ। ১৩ ৬১৩] মোতেসে কেৱলে দিয়া চিত্ত মমতে মাত্ৰ প্ৰাণ অপি নিত অন্যে। অন্যে মিলি মোকেসে বোধ কৰাৱে। মোকে মাত্ৰ কহে সৰ্ব্বক্ষণে পৰম সন্তোষ লতি মনে আনন্দ সাগৰে মজি ৰহে প্ৰেমভাৱে। কৃষ্ণে অৰ্জুনক কৈছে- অ দেৱ-দেৱীৰ উপাসনা এৰি যি সে মোতে মন ৰাখি সদায় মোতে প্ৰাণ অৰ্পণ কৰে; আৰু দুই চাৰিজন লগ হৈ মোৰ স্বৰূপ বুজাবলৈ যত্ন কৰে আৰু মোৰ কৰা সদয় কোৰ- মল কৰে, তেওঁ মোৰ ভক্তি-ভাৰত পৰম সন্তোষে আনন্দ সাগৰত মক্তি থাকে।