পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা মোহোৰ পৰম ঈশ্বৰৰ দুৰাচাৰ ভক্তো নোহে নষ্ট কিন্তু সিটো ভক্ত কৃতাৰ্থ আতি হোৱয়। তোমাৰ প্ৰগলভ প্ৰৌঢ়ি শুনি সমস্ত কুতৰ্ক পৰিহৰি গুৰুত্বে তোমাত কৰিবে সবে আশ্ৰয়। ৰা বায়না বা বঙ্গায়, ঢাক-ঢোল পিতি। অঙ্গীকাৰ অদভুত দৃঢ় বাক্য। কি-বৰং। এগভ-সাহসী, নিৰ্ভীক, এতিহাষি। প্ৰোটি-সামৰ্থ্য, প্ৰতিভা, অধ্যবসায়, জ্ঞানগৰ্ভ কথা। হে কুন্তী স্বত্ত, ভক্তিৰ মহিমা অদ্ভুত-মোক ভক্তি কৰি লোকে অধৰ্ম্ম এৰি ধৰ্ম্মপ্ৰাণ হয় অৰ্থাৎ মোক ভক্তি কৰাৰ ফলত মানুহৰ হৃদয়ৰ বেয়া ভাববোৰ আঁতৰি যায় আৰু অন্তৰ বিশুদ্ধ হৈ উঠে। যি কুট অৰ্থকাৰীয়ে ৰা অৰ্কিকে মোৰ এই কথা বিশ্বাস নকৰে তুৰি তালৈ গৈ ঢাক-ঢোল পিতি হাত লাঃ টানকৈ কোৱা—“মোৰ পৰমেশ্বৰৰ কাচাৰী সেৱকো বিফল মনোৰণ নহয়, বৰ তেওঁ ভক্তিৰ গুণত সফলকাম হয় বা মুক্তি লাভ কৰে। তোমাৰ এই সাহসী জ্ঞানগৰ্ভ কথা শুন তাৰ্কিকসকলে সকলো কুতৰ্ক এৰি তোমাৰ কোৱা কথাৰ শ্ৰেষ্ঠতা বুজিব আৰু তে মাত আশ্ৰয় কৰিব, অৰ্থাৎ তুমি কোৰ কথা বিশ্বাস কৰি লব। মাং হি পাৰ্থ ব্যাপ্যাণ্ডিত্য যেহপি স্যঃ পাপযোনয়। স্ক্ৰিয়। বৈশ্যাস্ততা শুদ্ৰান্তেচুপি যান্তি পৰাং গতিং ০৬৭