পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা অপি চেৎ সুদুৰাচাৰৰ ভজতে মামনভা। সাধুৰেৰ স মন্তব্য: সমগ, ব্যৱসিতো হি সঃ ৬০৪ [ ৬০৪ ] মাধৱে বেলন্ত ধনঞ্জয় মহা দুৰাচাৰৰ আতিশয় আন দেৱ তেজি মোকেসে মাত্ৰ ভজয়। তাকেসে পৰম সাধু বুলি মানিবা মনত সৰ্ব্বক্ষণে যিহেতু সম্যকে কৰিলে মোক আশ্ৰয়। ঐকৃষ্ণে কৈছে—হে ধনঞ্জয়, যদি মহাপাপ্ৰসকলে কেৱল মোকে মুক্তিদানৰ গৰাকী বুলি জানি আন দেৱ-দেৱী এৰি মোক মাত্ৰ ভজে, সেইসকলকে তুমি পৰম সাধু বুলি সদায় জানিব্য, কিয়নো তেওঁলোকে কেৱল মোকে সম্পূৰ্ণৰূপে বিশ্বাস কৰিলে। ক্ষিপ্ৰং ভবতি ধৰ্মাত্মা শশ্ব শান্তিং নিযচ্ছতি। কৌছেয় প্ৰতিজানীহি ন মে ভক্ত: প্ৰণতি। {৬৫-৬০৬) [ ৬৫-৬৬ ] ভক্তিৰ মহিমা অদভুত অধৰ্ম্ম ত্যজিয়া ধৰ্ম্মচিত্ত হোৱে শীঘ্ৰ মোক ভজি জানা কুন্তীত। আক যি কুতকী নানয় তথা গৈয়া বায় বাদ্যচয়, বাহুমেলি কৰা অঙ্গীকাৰ অদভুত।