পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নামোনা > কে তগৰানৰ চৰণত মন ৰাখি পৰম আনন্দে এই অমৃতোপম ফলৰ বস পান কৰক অৰ্থাৎ মহাভাগৱত একান্তমনে পাঠ কৰি তগৰ সি গ্ৰহণ কৰক। প্ৰৰ্তব্য: সততং বিষ্ণুৰ্বিৰ্ত্তব্যোন জাতুচিৎ। শৰ্ধেৰ্ব বিধিনিধেষং ৰেয়োৰে কিৰাঃ ১ [6.] হৰিক সততে স্মৰা প্ৰজা সমস্ত পুণ্যৰ ইসে ৰজা হৰি মৰিলে সিজম পুণ্য কিঙ্কৰ। মাপাসৰিবাহা কদাচিত শুনা কথা ইটো বিপৰীত হৰি পাৰিলে সিজে পাপ নিৰন্তৰ। হে লোকসকল, গদায় তগৱানক চিন্তা কৰা, এয়ে সকলো পুণ্য কামৰ ভিতৰত শ্ৰেষ্ঠ; অৰ্থাৎ ভগৱানক সদায় চিন্তা কৰাতকৈ পাৰ পূণ্য কাম আৰু নাই; হৰিক চিন্তা কৰিলে পূণ্য লগতে লাগি আহে। কেতিয়াও তুমি ভগৱানক নাপাহৰি; কিয়নো হৰিক পাহৰিলে তাৰ বিপৰীত অৰ্থাৎ পাপ হয়। ৰাম ৰামেতি ৰামেতি ৰমে ৰামে এনোৰমে। পৰ নাৰ তুল্যং ৰাম নাম বৰাননে। [৬২] শুনিয়ে পাৰ্বতী তুমি এৱে ৰাম ৰাম ৰাম বোলা যেতে তোমাৰ বদন হৈবেক শ্ৰেষ্ঠ অমূল্য।