পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নীক নামঘোষা এহিমানে মাত্ৰ মহা মন্ত্ৰ সংসাৰ দুৰ্ঘোৰ বিষহাৰী নমো নাৰায়ণ বুলিয়োক মুখ ভৰি। বুন্ধুমতি—সুতীয়া, মোহাচ্ছন্ন। বেদ পুৰাণকৰ্ত্তা ব্যাসে কৈছে—হে লুভীয়া লোক, আনমনে কাণপাতি না, মই হাত দাঙি উপদেশ দিওঁ, অৰ্থাৎ মই দৃঢ়তাৰে সৈতে কওঁ—এই মায়;ময় সংসাৰৰ দুখ-যন্ত্ৰণা নিবাৰণকাৰী হৰিনামেই একমাত্ৰ মহামন্ত্ৰ; এতেকে মুখ ভৰি অৰ্থাৎ মনে বাক্যে নমো নাৰায়ণায়’ (হে নাৰায়ণ, তোমাক নমস্কাৰ কৰে) বোলা। (একমনে নাৰায়ণক পুজিশে সংসাৰৰ দুখ-যন্ত্ৰণাই পীড়িৰ নোৱাৰে।] নিগ্ৰমকল্পতৰোৰ্গলিতং ফলং শুকমুখাদমৃতদ্ৰসংযুৎ। পিৰত ভাগৱতৰসমালয়ং মুহৰহে ৰসিকা ভুবি ভাবুকাঃ ৬৩৩ (6) সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শুক মুখে আসি ভূমিত তৈল বিদিত। যলত চতুৰ যিটোন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়োক ফল অমৃত। ঈশ্বৰ নিৰূপক শাস্তুবোৰ কল্পতৰু বৃক্ষস্বৰূপ, সেই শাস্ত্ৰবোৰৰ সাৰ ভাগ মহাভাগৱত পুৰণ কল্পতৰ বৃক্ষৰ ফলস্বৰূপ। এই মহাভাগৱত শুকে পৃথিবীত প্ৰচাৰ কৰিছিল। ৰস লব জানা যি চতুৰ লোক,