পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সীক নামবোৰ পানৈপাদুকা। হে সাধু, শাস্ত্ৰৰ সাৰ শুনা, ৰি লোকৰ মন হবিভক্তি ৰস সন্তুষ্ট অৰ্থাৎ ভগৱানক ভক্তি কৰোতে কৰোঁতে যাৰ অন্তৰত হৰি প্ৰেম উপজে, সংসাৰৰ সকলো বস্তু তেওঁ পোৱৰৰে হয়; কিনে ছালৰ তৈয়াৰী জুতা পিন্ধিলে যিদৰে জুতা পিন্ধি খোজ দিয়া সকলো মাটি হালেৰে ঢাক খোবাৰ দৰে হয়, সেইদৰে লক্ষ্মীপতি হৰিক ভজি তেওঁক লাভ কৰিলে সংসাৰৰ সকলো বস্তু পোৱাৰ দৰে মুক্ত নহৈ নাথাকে। অন্তৰেকো বহিনি অৰ্বোধে বহিৰ্ভড়। অ্যাপ বহিঃ সঙ্গী শোকে ৰিচৰ ৰাঘৰ ১৫ (40] অন্তৰত এক ঈশ্বৰক দেখিয়োক নানা বাহিৰক্ত অন্তৰত বোধ বহিৰত জড় প্ৰায়। বুদ্ধিত সমস্তে তেজিয়োক বাহিৰত সঙ্গ দেখায়োক এহি ভাবে ৰাম লোকত ফুৰা বেৰাই। ৰাম-মানুহক কৰা সৰাধন। হৃদয়ত থক। আয়াৰপী ঈশ্বৰক ৰাহিৰত থকা জগতৰ সকলো বস্তুতে আছে বুলি তুমি ভাবা, তোমাৰ আত্মাৰূপ ভগৱান সকলোতে আছে, তুমি মনতেহে অনুৰ কৰিবা, বাহিৰত কিন্তু সকলোবোৰ জয় বুলি সেইবোৰৰ মমতা ত্যাগ কৰিব। এইদৰে নিজৰ পৰিমাৰ্জিত