পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সীক নামঘোষা উদয় হয় আৰু তাৰ ফলত সেই লোক হৰিভক্তি তত্ত্বৰপৰা বঞ্চিত হয়; তেওঁৰ অন্তৰত অজ্ঞান দূৰ নহয় আৰু ভগৱানক ভজিব নোৱাৰে। [৫৯৩] কৃষ্ণপদ মাত্ৰ সেৱা কৰে। সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচিতো নয়। কৃষ্ণপদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্ব্বক্ষণে ইহাকে মহন্ত বুলিয়া জানা নিশ্চয়। বেদ ব্যৱহাৰ-বেদত উল্লিখিত এক হৰি আৰু নামধৰ্ম্ম। যি মানুহে সংসাৰ কামনা ত্যাগ কৰি কেৱল কৃষ্ণক ভাৱে, বেদবিহিত ভগৱন্তৰ পদ সেৱা-সুৰ ( ভগৱানক ভাবি পোৰ। সুখ বা ৰস) সদায় অন্তৰত অভৰ কৰে, তেওঁকেই মহন্ত বুলি নিশ্চয়কৈ জানিবা। উদাহৰণ — বেদস্তুতি :-“চাৰি বেদে কহে নিস্ত কৰি। সদা ডাকি বোলা হৰি হৰি। গুৰু ভটিম।:-১) “বেদ বিচাৰি বেকত কৰু হৰিনাম।” (২) “চাৰিবেদ শিৰোমণি মাজে যে হৰি চৰণ বিকাশ।” সৰ্বাঃ সম্পয়স্তস্য সন্তুষ্টং যজ্ঞ মানসং। উপান গৃঢ়পাস্য ন ই চৰ্মাবৃতেব ভূঃ ৫৯৪ [ ৫৯৪ ] শুনিয়ো সজ্জন শাস্ত্ৰৰ সাৰ সকল সম্পত্তি জানা তাৰ হৰি ভক্তিৰসে সন্তোষ মন যাহাৰ। চৰ্ম্মৰ নিৰ্ম্মিত পানৈযুৰি চৰণ ঢাকিলে যিটো জনে যেন সবে ভূমি চৰ্মাবৃত ভৈলা তাৰ।