পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা। বুদ্ধমুক্ত। বেদবাদী-পৰমেশ্বৰ, যে যাৰ মুখৰ বাণ। হে প্ৰভু, তুমি কেশৱ, কমলাকান্ত, অনন্ত, অনাদি, নিত্য, নিৰঞ্জন, শুদ্ধ, মুক্ত আৰু তুমিয়েই বেদ কওঁত। (৫৬৮) জয় জয় জগত জনক জগজীৱ। অনন্ত অচ্যুত সনাতন সদাশিৱ। হে জগত উদ্ভৱ কৰোঁত, গতৰ প্ৰাণীসমূহৰ প্ৰাণস্বৰূপ, তোমাৰ নামৰ জয় হওক, তোমাৰ অন্ত নাই, তুমি অক্ষৰ, তুমি, চিৰকাল আছা, তুমি সদ্য মঙ্গলময়। (৫৬৯-৫৭২) ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাম। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাম॥ গোপাল গোবিন্দ ৰাম কৃষ্ণ নাৰায়ণ। কমললোচন হৰি পতিত পান। ৰাম নাৰায়ণ হৰি ৰাম নাৰায়ণ। ৰাম কৃষ্ণ নাৰায়ণ শিত্ব সনাতন গোপাল গোপীনাথ গোবিন্দ মাধৰ। জীৱৰ জীৱন যদুনন্দন যাদৱ। হে এ, তোমাৰ নাম ৰাম কৃষ্ণ। তুমি গোপাল, গোবিন্দ, নাৰায়ণ, কমলোচন, হৰি আৰু পতিত পান। তুমি ৰাম, তুমি