পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। শৰীৰৰ গঠন এনেকুৱা :- পঞ্চভূত [ ক্ষিতি, অপ, তেজ, মৰুৎ, ব্যোম। ] yangu পঞ্চতন্মাত্ৰ [ গন্ধ, ৰস, ৰূপ, স্পৰ্শ, শব্দ। পঞ্চ কৰ্ম্মেন্দ্ৰিয় পঞ্চ জানেন্দ্ৰিয় [ বাক্, পাণি, পাপ পায়, উপস্থ ] [চকু, কাণ, নাক, জিতা, ছাল ) মন বুদ্ধি অহঙ্কাৰ (জীৱ} I পুৰুষ (জীৰাত্মা ওপৰৰ ঘোষাত বুদ্ধিৰ লগত অহঙ্কাৰ ধৰিছে; আৰু জীবাত্মাকে প্ৰাণ বুলিছে। [ সূৰ্য্যৰ পোৰ নপৰিলে যিদৰে প্ৰকাশ নাই, সেইদৰে পৰমাত্মাৰ অভাৱত জীৱৰ চৈতন্য নাই-প্ৰাণ, মন, অহঙ্কাৰ, বুদ্ধি, পঞ্চভূত আদি সকলো জড়; পৰমাইহে এইবোৰৰ চৈতন্য সম্পাদন কৰে। পৰমাত্মাই সকলোৰে মূল। তাৰ পৰাই সকলোৰে উদ্ভৱ হৈছে আৰু তেৱেই সকলোকে চলাইছে।] ভগৱান চৈতন্যপূৰ্ণ; তেওঁ পৰমাত্মাৰূপে আমাৰ হৃদয় প্ৰকাশ কৰি আছে, অৰ্থাৎ তেওঁ বিশ্ব চৰাচৰ পৰিব্যাপ্ত হোৱাৰ লগে লগে আমাৰ শৰীৰৰ ভিতৰত পকাত আমাৰ চেতনা ঘটিছে। তাৰ ফলতহে আমাৰ দেহৰ দহ ইয়ি, পঞ্চভূত, মন, বুদ্ধি, প্ৰাণ সকলোবোৰে আগৰ কাম ভাগে কৰিব পাৰিছে। চৈতন্যময় পৰমত্মাৰ অভাৱত মন, বুদ্ধি, প্ৰাণ,