সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক ঘোষ। আদি ৰাম ৰাম হুতভূক হতবায়ু সখ। পৰম পৰমে ধৰ্মোহধৰ্মাৰপ্যং দহেদলঃ (৩০৯) [ ৩৩১ ৰাম শৰদৰ ‘ৰ’ পদ তৈল প্ৰচণ্ড বহ্নি নিশ্চয়। ‘ম’ বায়ু সমে অধৰ্ম্ম অৰণ্য দহিয়া ভস্ম কৰয়। ভগৱানৰ 'ৰাম' নামৰ 'ৰ পদ তেজাল জুইৰ দৰে, আৰু ‘ম’ বায়ু স্বৰূপ; বনত জুই লগা সময়ত বতাহ মেলিলে বন অতি শীঞ্জে পুৰি ছাই হোৱাৰ দৰে ভগৱানৰ ৰাম নামৰ ৰা আৰু ‘ম’ শগ লগাই একান্ত মনে ললে অধী ৰূপ বন অৰ্থাৎ পাপবোৰ নাশ হয়। [ ৩৩২] সংবাদ বিবাদ পৰ্বত অতি নিষ্ঠুৰ। ৰাম কৃষ্ণ নাম বজ্ৰক প্ৰহাৰি কৰা তাক মসিমূৰ। একবলগীয়া কথা কোৱা, কুকথা কৈ ফুৰা আৰু তাকে লৈ হাই কাজিয়া কৰা আদি অভ্যাস পাৰ হব নোৱাৰ পৰ্বতৰ দৰে; (অৰ্থাৎ উক্ত বেয়। অভ্যাস এৰা বৰ টান }; কিন্তু বজ্ৰৰ প্ৰহাৰত পৰ্বত চুৰ্ণ হোৱাৰ দৰে “ৰাম- কৃষ্ণ” নাম জপ কৰিলে এই কু-অভ্যাস- বোৰ আঁতৰি যায়; তুমি সেই বস্ত্ৰ সদৃশ ৰাম-কৃষ্ণ নাম জপ কৰি এই কু-অভ্যাসবোৰ এৰা। কুকথা পাষণ্ড